Friday, December 12, 2014
SCHOOL WEEK' 2014 বিদ্যালয় সপ্তাহ--- ২০১৪ চন।
এই বিদ্যালয়ত ১মবাৰলৈ আয়োজন কৰা মিনি মাৰাথন দৌৰত অংশগ্ৰহণকাৰী ছাত্ৰ সকল।
বিজয়ী খেলুৱৈ সকলক পদক প্ৰদান কৰিছে বিদ্যালয়ৰ শিক্ষক/শিক্ষয়ত্ৰী সকলে।
- পৰম্পৰাগত সাজপোছাক প্ৰতিযোগীতাত অংশলোৱা ছাত্ৰ ছাত্ৰী সকলৰএকাংশ।
6. তলত শিক্ষক/শিক্ষয়ত্ৰী সকলৰ মাজত আয়োজন কৰা বিয়ানাম প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱণী কৰা তিনিজন ছাত্ৰ বিচাৰক।
বিচাৰকে মতামত প্ৰদান কৰিছে।
গীত পৰিৱেশন কৰিছে কেগৰাকী শিক্ষয়ত্ৰীয়ে।
বটা বিতৰণী অনুষ্ঠান:-
Friday, September 5, 2014
Subscribe to:
Posts (Atom)