Showing posts with label প্রথম স্কুল কমিটি. Show all posts
Showing posts with label প্রথম স্কুল কমিটি. Show all posts

Wednesday, December 29, 2010

প্রথম স্কুল কমিটিৰ সদস্য সকল


                       প্রথম স্কুল কমিটিৰ সদস্য সকল
        (বিশ্বনাথ ৰায়ত সভাৰ  ১৭/২/৪১ তাৰখে      বহা       অধিৱেশনৰ প্রস্তাব অনুসৰি গঠিত)
যজ্ঞেশ্বৰ বৰঠাকুৰ
চন্দ্র কান্ত বৰুৱা (মৌজাদাৰ)
ভুধৰ শর্মা ফুকন
থানেশ্বৰ ভাগৱতী
কুঞ্জনাথ হাজৰিকা
মোহন চন্দ্র শর্মা
কমিনাথ শইকিয়া
দেহিৰাম ভূঞাঁ(মৌজাদাৰ)
জীৱন চন্দ্র বৰুৱা
হৰনাথ হাজৰিকা
জ্বালা প্রসাদ আগৰৱালা
মাণিক চন্দ্র বৰা
দেৱেশ্বৰ দাস
নবীন চন্দ্র ভট্টাচার্য্য-সম্পাদক

    এই স্কুল কমিটিখনে প্রস্তুতি কমিটি হিচাপে হাইস্কুল স্থাপনৰ যাৱতীয় আঁচনি আৰু নীতি-নির্দেশনা প্রস্তুত কৰে।ইয়াৰ পিছত এই কমিটি খনকে সম্প্রসাৰিত কৰি বিভিন্ন সময়ত হাইস্কুল কমিটি গঠন কৰা হয়।